Browsing Category

উত্তৰ-পূব

মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত ১২৪ সংখ্যক গীতা জয়ন্তী মহোৎসৱ উদযাপনঃ

নিউজ 4 আসাম, মাণিকপুৰ, ২৬ নৱেম্বৰঃ শ্ৰীশ্ৰীকৃষ্ণানন্দদেৱে বঙাইগাঁও জিলাৰ মানাহৰ বাকৰিত তথা মাণিকপুৰত স্থাপন কৰা মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত তিনিদিনীয়াকৈ ১২৪ সংখ্যক গীতা জয়ন্তী মহোৎসৱ উদযাপন কৰাৰ বাবে প্ৰস্তুতি চলাইছে উদ্যোক্তা সমিতিয়ে।…

ৰঙিয়াত এপ’ল মিলৰ কৰ্মচাৰীৰ প্ৰতিবাদঃ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসাম, ২৫ নৱেম্বৰঃ অৱশেষত আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ'ল ৰঙিয়াৰ এপ'ল মিলৰ কৰ্মচাৰী সকলে । এপ'ল মিলৰ সন্মুখৰ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এপ'লৰ কৰ্মচাৰীৰ…

ৰঙিয়াত বজ্ৰনিনাদ ধ্বনি আছুৰঃ জোৰ লৈ ৰাজপথত ছাত্র সংগঠনঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, ২১ নৱেম্বৰঃ ৰঙিয়াত বজ্ৰনিনাদ ধ্বনি আছুৰ । জোৰ লৈ ৰাজপথত ছাত্র সংগঠন । জোৰৰ জুইত ৰাঙলী হ'ল ৰঙিয়াৰ নিশাৰ আকাশ । তাল বজাই জোৰ লৈ কেইবাশতাধিক আছু কৰ্মীৰ সকীয়নি চৰকাৰক । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক…

মাণিকপুৰত CAB ৰ বিৰোধিতাৰে টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অঃজাঃযুঃছাঃপঃৰ

মাণিকপুৰ, ২০ নৱেম্বৰঃ বঙাইগাওঁ জিলাৰ মাণিকপুৰত ৩১ নং ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাওঁ জিলা সমিতি আৰু মাণিকপুৰ আঞ্চলিক সমিতিয়ে। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন অসম চৰকাৰ…

মাণিকপুৰ তিনিআলিত ৰাইজৰ বাবে নৱনিৰ্মিত শৌচাগাৰ মুকলিঃ

মাণিকপুৰ, ১৯ নৱেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত মাণিকপুৰ তিনিআলিত SOPD আঁচনিৰ জৰিয়তে অতি ব্যয়বহুল শৌচাগাৰ ৰাইজৰ ব্যৱহাৰৰ বাবে আজি মুকলি কৰে বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাছিৰা জেচমিনে। তেওঁৰ লগত সহযোগ কৰে…

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই ( এম) দলৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

বঙাইগাঁওঃ ১৮ নৱেম্বৰঃ বাওঁ গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত আজি বঙাইগাঁৱতো সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই (এম) দলে দুঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে'লৱে…

ৰঙিয়াৰ শান্তিপুৰত ডকাইতিকাণ্ডঃ লুটি লৈ গল আঢ়ৈ লাখ টকাঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপোৰ্ট, ১৮ নৱেম্বৰঃ ৰঙিয়াৰ শান্তিপুৰত আজি এক লোমহৰ্ষক ডকাইতিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে শান্তিপুৰৰ এম ডি ষ্টোৰৰ স্বত্তাধিকাৰী পংকজ দাসৰ পৰা চাৰিজনীয়া দুৰ্বৃত্তই লুটি নিয়ে প্ৰায় আঢ়ৈ লাখ টকা । চাৰিজনীয়া ডকাইতৰ…