The news is by your side.

কাইলৈৰ পৰা অসমত লকডাউনঃ

– কাইলৈ ২৪ মাৰ্চৰ পৰা অসমত লকডাউনৰ সিদ্ধান্ত।

– প্ৰথম পৰ্যায়ত ৫ দিনৰ বাবে হ’ব লকডাউন।

– সকলোধৰণৰ দোকান-পোহাৰ, সাপ্তাহিক বজাৰ বন্ধ ৰাখিব লাগিব।

– ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব।

– লগতে বন্ধ হৈ যাব সকলো চৰকাৰী কাৰ্যালয়।

– বেচৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিব লাগিব।