Browsing Category

অসম

বঙাইগাঁৱত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাঃ দুলাল চন্দ্ৰ ৰায়ক নতুনকৈ সাধাৰণ…

বঙাইগাঁওঃ নিউজ 4 আসাম, ২৩ নৱেম্বৰঃ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত টাউন হলত অনুষ্ঠিত হয় ৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অতুল ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৰ সাধাৰণ…

সৰভোগৰ দহলাপাৰাত যুৱকৰ মৃতদেহ উদ্ধাৰঃ

মাণিকপুৰ, ২৩ নৱেম্বৰঃ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰাত আজি ৰাতিপুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। মৃত যুৱক জন ভুলুকাডোবা নিবাসী কনক দাসৰ পুত্ৰ কনকন দাস (১৬) বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ মতে যোৱানিশা সৰভোগৰ দহলাপাৰাৰ ৩১নং…

বালাৰচৰ মাত্ৰাঘোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৱন নিৰ্মাণত দুৰ্ণীতিৰ অভিযোগ । কামৰ হিচাপ নিদিয়াকৈ অৱসৰ…

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম :বঙাইগাওঁ জিলাৰ বালাৰচৰ মাত্ৰাঘোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু কণিষ্ঠ অভিযন্তা বিজয় দাসৰ বিৰুদ্ধে ভৱন নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।অভিযোগ মতে ২০১৬…

ৰঙিয়াত বজ্ৰনিনাদ ধ্বনি আছুৰঃ জোৰ লৈ ৰাজপথত ছাত্র সংগঠনঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, ২১ নৱেম্বৰঃ ৰঙিয়াত বজ্ৰনিনাদ ধ্বনি আছুৰ । জোৰ লৈ ৰাজপথত ছাত্র সংগঠন । জোৰৰ জুইত ৰাঙলী হ'ল ৰঙিয়াৰ নিশাৰ আকাশ । তাল বজাই জোৰ লৈ কেইবাশতাধিক আছু কৰ্মীৰ সকীয়নি চৰকাৰক । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক…

বিলাসীপাৰা ভটেৰকান্দা দ্বীপুৰ নৈত অবৈধ মাটি আৰু শিল খনন কৰা জেচিবি জব্দ।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম, ২২নৱেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰা বন বিভাগৰ অন্তৰ্গত ভটেৰকান্দা দ্বীপুৰ নৈত চলিছে অবৈধ খনন কাৰ্য্য। জানিব পৰা মতে সূৰ্য্যখাতা গাওঁৰ বাঙ্গালীপাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ ইছলামে জেচিবি গাড়ীৰে অবৈধ…

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি…

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম : ড৹ হিমন্ত বিশ্ব শৰ্মা বাংলাদেশীৰ দালাল। এই মন্তব্য প্ৰকাশ কৰিছে কৃষক নেতা ৰফিকুল ইছলামে। মঙ্গলবাৰে সন্ধিয়া কলগাছিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি…

অঙ্গনৱাড়ী কেন্দ্ৰ ভাঙি লণ্ডভণ্ড। গুৰালা গাঁৱৰ খলিলুৰ ৰহমানে দলে বলে আহি কেন্দ্ৰটো ভাঙি দিয়াৰ অভিযোগ…

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম :মন্দিয়া শিশু সংহতি প্ৰকল্পৰ অধিনস্ত ৪৩৯ নং চৰ ক্ষুদ্ৰ অঙ্গনৱাড়ী কেন্দ্ৰ ভাঙি লণ্ডভণ্ড কৰি দিয়াৰ অভিযোগ। ২০১৫ চনত ৰছুলপুৰ গাঁৱত অস্থায়ী ভাৱে স্থাপন হৈছিল কেন্দ্ৰটো। অস্থায়ী ভাৱে স্থাপন হোৱা বাবে পঢ়াৰ প্ৰতি…

মাণিকপুৰত CAB ৰ বিৰোধিতাৰে টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অঃজাঃযুঃছাঃপঃৰ

মাণিকপুৰ, ২০ নৱেম্বৰঃ বঙাইগাওঁ জিলাৰ মাণিকপুৰত ৩১ নং ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাওঁ জিলা সমিতি আৰু মাণিকপুৰ আঞ্চলিক সমিতিয়ে। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন অসম চৰকাৰ…

মাণিকপুৰ তিনিআলিত ৰাইজৰ বাবে নৱনিৰ্মিত শৌচাগাৰ মুকলিঃ

মাণিকপুৰ, ১৯ নৱেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত মাণিকপুৰ তিনিআলিত SOPD আঁচনিৰ জৰিয়তে অতি ব্যয়বহুল শৌচাগাৰ ৰাইজৰ ব্যৱহাৰৰ বাবে আজি মুকলি কৰে বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাছিৰা জেচমিনে। তেওঁৰ লগত সহযোগ কৰে…

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই ( এম) দলৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট

বঙাইগাঁওঃ ১৮ নৱেম্বৰঃ বাওঁ গণতান্ত্ৰিক মঞ্চৰ উদ্যোগত আজি বঙাইগাঁৱতো সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চি পি আই (এম) দলে দুঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত ৰে'লৱে…