মাণিকপুৰত শিক্ষক সকলৰ প্ৰতিবাদী কাৰ্য্যসূচীঃ

মাণিকপুৰ, ৩০ নৱেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষা খণ্ডৰ সন্মুখত সৰ্বভাৰতীয় শিক্ষক সন্মিলনীৰ আহ্বানত অসম শিক্ষক সন্মিলনীৰ সহযোগত আজি ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ তিনিঘণ্টীয়া ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে। শিক্ষকসকলৰ নতুন পেন্সন নীতি…

এইবাৰ নিমখ পানীৰে আপুনি চলাব পাৰিব মাৰুতীঃ ৰঙিয়াত নৱম শ্ৰেণীৰ ছাত্ৰই তৈয়াৰ কৰিলে নিমখ পানীৰে চলা…

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসাম, ৩০ নৱেম্বৰঃ ৰঙিয়াৰ বিষ্ময় বালক বাদল দাসে সাজি উলিয়াইছে নিমখ পানীত চলা এখন চাৰিচকীয়া কাৰ । ইতিপূৰ্বে পেলোনীয়া সামগ্ৰীৰে অভিনৱ ATM, ৰবট সাজি অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে নৱম শ্ৰেণীৰ…

মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত ১২৪ সংখ্যক গীতা জয়ন্তী মহোৎসৱ উদযাপনঃ

নিউজ 4 আসাম, মাণিকপুৰ, ২৬ নৱেম্বৰঃ শ্ৰীশ্ৰীকৃষ্ণানন্দদেৱে বঙাইগাঁও জিলাৰ মানাহৰ বাকৰিত তথা মাণিকপুৰত স্থাপন কৰা মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত তিনিদিনীয়াকৈ ১২৪ সংখ্যক গীতা জয়ন্তী মহোৎসৱ উদযাপন কৰাৰ বাবে প্ৰস্তুতি চলাইছে উদ্যোক্তা সমিতিয়ে।…

ৰঙিয়াত এপ’ল মিলৰ কৰ্মচাৰীৰ প্ৰতিবাদঃ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসাম, ২৫ নৱেম্বৰঃ অৱশেষত আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ'ল ৰঙিয়াৰ এপ'ল মিলৰ কৰ্মচাৰী সকলে । এপ'ল মিলৰ সন্মুখৰ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এপ'লৰ কৰ্মচাৰীৰ…

বিলাসীপাৰাৰ কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তত দুখীয়া ছাত্ৰীৰ মাজত ছাইকেল বিতৰণঃ

নিউজ 4 আসাম, বিলাসীপাৰা, ২৩ নৱেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তৰ সভাপতি হুৰমূজ আলীৰ পৌৰোহিত্যত বাবুৰহাটত চাইকেল বিতৰণী সভা এখন অনুষ্ঠিত হয়। উল্লেখ্য যে উক্ত সভাখনত নায়েৰ আলগা চৰ উন্নয়ন প্ৰকল্পৰ অধীনৰ…

বঙাইগাঁৱত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাঃ দুলাল চন্দ্ৰ ৰায়ক নতুনকৈ সাধাৰণ…

বঙাইগাঁওঃ নিউজ 4 আসাম, ২৩ নৱেম্বৰঃ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত টাউন হলত অনুষ্ঠিত হয় ৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অতুল ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৰ সাধাৰণ…

সৰভোগৰ দহলাপাৰাত যুৱকৰ মৃতদেহ উদ্ধাৰঃ

মাণিকপুৰ, ২৩ নৱেম্বৰঃ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত দহলাপাৰাত আজি ৰাতিপুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। মৃত যুৱক জন ভুলুকাডোবা নিবাসী কনক দাসৰ পুত্ৰ কনকন দাস (১৬) বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ মতে যোৱানিশা সৰভোগৰ দহলাপাৰাৰ ৩১নং…

বালাৰচৰ মাত্ৰাঘোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৱন নিৰ্মাণত দুৰ্ণীতিৰ অভিযোগ । কামৰ হিচাপ নিদিয়াকৈ অৱসৰ…

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম :বঙাইগাওঁ জিলাৰ বালাৰচৰ মাত্ৰাঘোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু কণিষ্ঠ অভিযন্তা বিজয় দাসৰ বিৰুদ্ধে ভৱন নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।অভিযোগ মতে ২০১৬…

ৰঙিয়াত বজ্ৰনিনাদ ধ্বনি আছুৰঃ জোৰ লৈ ৰাজপথত ছাত্র সংগঠনঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, ২১ নৱেম্বৰঃ ৰঙিয়াত বজ্ৰনিনাদ ধ্বনি আছুৰ । জোৰ লৈ ৰাজপথত ছাত্র সংগঠন । জোৰৰ জুইত ৰাঙলী হ'ল ৰঙিয়াৰ নিশাৰ আকাশ । তাল বজাই জোৰ লৈ কেইবাশতাধিক আছু কৰ্মীৰ সকীয়নি চৰকাৰক । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক…

কলগাছিয়াৰ গুনীয়ালগুৰি বি. বি. আঞ্চলিক ক্লাৱৰ আশিক_ইকবাল (মুন) নামৰ খেলুৱৈ গৰাকী ১৭ অনুৰ্ধৰ ভাৰতীয়_দলৰ হৈ বিশ্বকাপ ফুটবলৰ বাবে নিৰ্বাচিত হৈছে। আশিক_ইকবাল (মুন)ক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো।